18 February, 2013

আদিম

ফটো-বিকু

নৈ বৈ যায় 
খেনোক পাই জোৰেৰে 
খেনোক পাই ধীৰেৰে 
ফাগুনৰ বতাহত 
যাযাবৰ হয় বুকুৰ দুকাষ ।

No comments:

Post a Comment

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।