16 February, 2013

মুন...



মুন... 

ফুলবোৰ ৰাতি ফুলিলে বগা হয় 
মইও ৰাতিফুলা ফুল হ'ম

আবেলিৰ এজুলুকা ৰান্ধনি ৰ'দ
ভৰিৰ খোজত
বিচাৰি থাকিম আজীৱন
তোৰ অলক্ষিতে ।

No comments:

Post a Comment

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।