22 February, 2013

(১) 
আয়তীৰ উৰুলী 
সৰু এটি উচুপনি 
বিধবা তিৰোতাৰ জানো অন্তৰ নাথাকে (?)

(২)
বহুদিনৰ পাছত আজি সুধিলো
ভয় কৰিছিলি নেকি ?

No comments:

Post a Comment

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।