22 February, 2013

(১)
হেৰুৱা সুৰ এটা জাঁতত হেৰাই ...

(২) 
নাহৰৰ পাতবোৰ গৰ্ভৱতী সপোন ৰচে 
ইতিহাসৰ ... 

(৩) 
বালিঘৰ ভাগিলেই যৌৱন সোমাই 
সুখে দুখৰ পোচাক মেৰাই ...

No comments:

Post a Comment

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।