15 March, 2013

লিমাৰিক




অনিমেষৰ দুখ
সদায় শুকান মুখ
মনিয়ে ৰাতি ফেচবুক কৰে
আনৰ লগত চেটিং মাৰে
ফোন নম্বৰটোও বন্ধ হোৱাত সকলো হেৰাল সুখ ।


ৰিয়ান কাৰ তামোলৰ পাক
মাতে আহিয়ে বেটিৰ মাক
চুমা এটা লোৱা
যদি ভালপোৱা
তুমি যে মোক পালা সেইয়াই তোমাৰ লাক ।


ৰিয়ান কায়ে শিকালে
যিমান পাৰে বুজালে
কৰি আছো ট্ৰাই
হৈ গৈছো ফ্ৰাই
পটকৈ পঢ়ি লওঁক পাছত নহ'ব পাবলে ।

No comments:

Post a Comment

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।