15 March, 2013

ভালপাওঁ বুলি কলো
সুখৰ পোছাক পিন্ধিলা
মই আতৰি আহিলো
চকুলোৰে দুভৰি তিতাইছা

No comments:

Post a Comment

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।