15 March, 2013

অকলশৰীয়া

অকলশৰীয়া
খেপিয়াই চাওঁ
গাৰুটো পাওঁ
বাঢ়ি যায় ব্যস্ততা

No comments:

Post a Comment

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।