14 May, 2013

কুঁহিপতীয়া ৰঙবোৰেৰে ...

কুঁহিপতীয়া ৰঙবোৰেৰে 
মুক্ত বিহগীৰ 
মিতিৰ পতাৰ মন...
ব্যস্ত ৰ'দৰ
কাজল কাজল 
লাজুকী বৰণ...

No comments:

Post a Comment

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।