06 February, 2013

''গণতান্ত্ৰিক'' ­ [ অণু গল্প ]

  কাৰ্যালয়ৰ সমূহ কৰ্মচাৰীৰ উপস্থিতিত মুৰব্বী শইকীয়াই পুৱা জাতীয় পতাকাখনি উত্তোলন কৰিলে থিকেই কিন্তু ভুলতে পতাকাখন ওলোটা হৈ থাকিল ।
সিংহভাগ কৰ্মচাৰীয়ে ক'লে - 'থাকক দিয়ক, এতিয়া নমাই আনিব নালাগে ।'
বিকৃতৰূপত দিনটো জাতীয় পতাকাখন কাৰ্যালয়ৰ সন্মুখত উৰি থাকিল ।



No comments:

Post a Comment

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।