15 March, 2013

জীয়াই থাকিবলৈ কি লাগে ?
তুমি ক'লাঃ অভাৱ ...
অভাৱ বোৰ বৰ গধুৰ
ভাগে ভাগে কঢ়িয়াম
জীৱনৰ সংজ্ঞা শিকি

No comments:

Post a Comment

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।